১৩ নবেম্বৰলৈ ন্যায়িক জিম্মাত ৰাখিব পি চিদাম্বৰাম…

ফাইল ফটো
ফাইল ফটো
  • আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত পি চিদাম্বৰামক ১৩ নবেম্বৰলৈ ৰখা হ'ব ন্যায়িক জিম্মাত।
  • ন্যায়ালয়ে বুধবাৰে চিদাম্বৰামক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।
  • লগতে ই ডিৰ আৱেদনো খাৰিজ কৰিলে ন্যায়ালয়ে।
  • ই ডিয়ে আৰু এদিনৰ বাবে জিম্মাত ৰাখিব বিচাৰিছিল পি চিদাম্বৰামক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in