‘কা’ আৰু এনআৰচিৰ বিৰুদ্ধে সকলো বিৰোধী দলক একত্ৰিত হোৱাৰ আহ্বান পি চিদাম্বৰমৰ…

‘কা’ আৰু এনআৰচিৰ বিৰুদ্ধে সকলো বিৰোধী দলক একত্ৰিত হোৱাৰ আহ্বান পি চিদাম্বৰমৰ…
  • নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে সকলো বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ।
  • তেওঁ কয়, 'কা' আৰু এনআৰচিয়ে কিদৰে প্ৰভাৱ পেলাইছে সেই পৰিস্থিতি এতিয়া সকলোৱে উপলব্ধি কৰাৰ সময়।'
  • 'কা' আৰু এনআৰচিৰ বিৰুদ্ধে সকলো বিৰোধী দল একেখন মঞ্চত একত্ৰিত হোৱাটো মই বিচাৰো।'
  • উল্লেখ্য যে, শনিবাৰে কলকতা ভ্ৰমণত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতাগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in