কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…
  • কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।
  • ২৪ জানুৱাৰীৰ লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।
  • ২০১৫ চনৰ দেশদ্ৰোহী এক গোচৰত আদালতত হাজিৰ নোহোৱাৰ বাবে শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল কংগ্ৰেছ নেতাজনক।
  • আহমেদাবাদৰ বীৰমগাম জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পেটেলক।
  • ২০১৫ চনৰ ২৫ আগষ্টত এটা ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত অপৰাধ নিয়ন্ত্ৰণ শাখাই পেটেলৰ বিৰুদ্ধে ৰুজু কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in