পাকিস্তানী সেনাক সমৰ্থন অসমৰ এজন কংগ্ৰেছ নেতাৰ…

পাকিস্তানী সেনাক সমৰ্থন অসমৰ এজন কংগ্ৰেছ নেতাৰ…
  • পাকিস্তানী সেনাক সমৰ্থন অসমৰ এজন কংগ্ৰেছী নেতাৰ।
  • পাক সেনাৰ সমৰ্থনত ফেচবুকত পোষ্ট শ্বেয়াৰ কৰিলে এই স্থানীয় কংগ্ৰেছী নেতাজনে।
  • চামগুৰিৰ লাওখোৱাৰ এই কংগ্ৰেছ নেতাজনৰ নাম ফকৰুদ্দিন।
  • ফেচবুক একাউণ্টৰ জৰিয়তে পাক সেনাৰ সমৰ্থনত শ্বেয়াৰ কৰিলে কেইবাটাও পোষ্ট।
  • ১২ আগষ্টত পাক সেনাৰ সমৰ্থনত লিখা এটা পোষ্ট শ্বেয়াৰ কৰিছিল এই কংগ্ৰেছী নেতাজনে।
  • ইয়াৰ পূৰ্বে পাক সেনাৰ সমৰ্থনত ফেচবুকত পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল চামগুৰিৰে হাছেন আলী নামৰ স্থানীয় কংগ্ৰেছ নেতাজন।
  • ছ'চিয়েল মিডিয়াত এইদৰে পাক সেনাক কংগ্ৰেছৰ স্থানীয় নেতাই সমৰ্থন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।
  • আৰক্ষীয়ে এতিয়ালৈকে এই সন্দৰ্ভত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in