কংগ্ৰেছৰ নেত্ৰীক ধৰ্ষণৰ ভাবুকি বিজেপি নেতাৰ!

কংগ্ৰেছৰ নেত্ৰীক ধৰ্ষণৰ ভাবুকি বিজেপি নেতাৰ!
  • কংগ্ৰেছ নেত্ৰীক গণ ধৰ্ষণৰ ভাবুকি বিজেপি নেতাৰ।
  • গোৱা প্ৰদেশ মহিলা কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক দিয়া শ্বেটকাৰক ভাবুকি।
  • গণ ধৰ্ষণৰ ভাবুকি দিলে বিজেপিৰ নেতাই।
  • বিজেপি নেতা সুবাস শ্বিৰ'ডকাৰে সমৰ্থকৰ জৰিয়তে দিলে এই ভাবুকি।
  • এই অভিযোগেৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কংগ্ৰেছ নেত্ৰীগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in