কোনে কোন সমষ্টিত পাব প্ৰাৰ্থীত্ব,৪৮ ঘন্টাৰ ভিতৰত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা…

কোনে কোন সমষ্টিত পাব প্ৰাৰ্থীত্ব,৪৮ ঘন্টাৰ ভিতৰত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা…
  • খানাপাৰা গ্ৰীনউদ ৰিজৰ্টত কংগ্ৰেছৰ নিৰ্বাচনী সমিতি বৈঠক ।
  • বৈঠকতে চূড়ান্ত হব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ।
  • জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক ।
  • বৰ্তমানৰ বিধায়কেও ২০২১ৰ বিধানসভা নিৰ্বাচনত নাপাব পাৰে টিকট ।
  • জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে টিকট দিব কংগ্ৰেছে ।
  • অহা ৪৮ ঘণ্টা ভিতৰত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ ৰ সম্ভাৱনা ।
  • চাৰি ঘণ্টা ধৰি অনুষ্ঠিত হয় কংগ্ৰেছৰ বৈঠক ।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰায় সাজু ।
  • বিয়লি অনুষ্ঠিত হয় স্কিনিং কমিটিৰ বৈঠক ।
  • স্কিনিং কমিটিৰ সদস্য সকল উপস্থিত হৈয় গুৱাহাটীত ।
  • এই বৈঠকত নিৰ্বাচন কমিটিয়ে প্ৰস্তুত কৰা তালিকাক চূড়ান্ত ৰূপ দিয়া হব ।
  • নিৰ্বাচন কমিটিৰ বৈঠকত কেইটামান সমষ্টিৰ বাবে এজনীয়া তালিকা প্ৰস্তুত কৰাত সমস্যাৰ সন্মুখীন হৈছে স্কিনিং কমিটি ।
  • সেইবাবে দুজনীয়া প্ৰাৰ্থীৰ তালিকা স্কিনিং কমিটিৰ আগত দাঙি ধৰা হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in