শুকুৰবাৰে ঘোষণা কৰা হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা

শুকুৰবাৰে ঘোষণা কৰা হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা
  • শুকুৰবাৰে ঘোষণা কৰা হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা।
  • বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কংগ্ৰেছ নিৰ্বাচন কমিতিৰ বৈঠকত।
  • এই বৈঠকতে প্ৰাৰ্থীৰ তালিকাৰ প্ৰসংগত আলোচনা কৰা হয়।
  • মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নতুন দিল্লীৰ আসনখনৰ বাবে এতিয়াও ঠিক হোৱা নাই কংগ্ৰেছ প্ৰাৰ্থীৰ নাম।
  • কংগ্ৰেছৰ মিত্ৰদল আৰজেদিয়ে চাৰিখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
  • উল্লেখ্য যে, দিল্লীত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • ১১ ফেব্ৰুৱাৰীত কৰা হ'ব ভোটগণনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in