শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

শুকুৰবাৰে ঘোষণা কৰা হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা

161
  • শুকুৰবাৰে ঘোষণা কৰা হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা।
  • বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কংগ্ৰেছ নিৰ্বাচন কমিতিৰ বৈঠকত।
  • এই বৈঠকতে প্ৰাৰ্থীৰ তালিকাৰ প্ৰসংগত আলোচনা কৰা হয়।
  • মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নতুন দিল্লীৰ আসনখনৰ বাবে এতিয়াও ঠিক হোৱা নাই কংগ্ৰেছ প্ৰাৰ্থীৰ নাম।
  • কংগ্ৰেছৰ মিত্ৰদল আৰজেদিয়ে চাৰিখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
  • উল্লেখ্য যে, দিল্লীত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
  • ১১ ফেব্ৰুৱাৰীত কৰা হ’ব ভোটগণনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি