অসমৰ ৫ টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • ১৮ জনীয়া এই তালিকাত অসমৰ ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোঁহাই।
  • ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ।
  • কৰিমগঞ্জত স্বৰূপ দাস হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী।
  • শিলচৰত সুষ্মিতা দেৱক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ।
  • কলিয়াবৰত গৌৰৱ গগৈক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।
  • এই তালিকাত মেঘালয়ৰ ২ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।
  • ছিকিমৰ এখন আসনৰ লগতে তেলেংগানাৰ ৮খন আসন, নগালেণ্ডৰ ১খন আৰু উত্তৰপ্ৰদেশৰ এখন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in