শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শুকুৰবাৰে ঘোষণা হ'ল মেঘালয়ত ২টা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম।
  • শ্বিলং আৰু তুৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • শ্বিলঙত ভিনচেণ্ট পালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
  • ইফালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাক প্ৰদান কৰা হৈছে তুৰা সমষ্টিৰ প্ৰাৰ্থিত্ব।
  • শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক।
  • এই বৈঠকতে প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰসংগত লোৱা হয় সিদ্ধান্ত।
  • বৈঠকৰ অন্তত এই কথা অৱগত কৰিলে ড০ মুকুল চাংমাই।
  • উল্লেখ্য যে, শ্বিলঙত প্ৰাৰ্থিত্ব প্ৰদান কৰা ভিনচেণ্ট পালা বৰ্তমান শ্বিলং সমষ্টিৰে সাংসদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in