শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

170
  • শুকুৰবাৰে ঘোষণা হ’ল মেঘালয়ত ২টা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম।
  • শ্বিলং আৰু তুৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • শ্বিলঙত ভিনচেণ্ট পালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
  • ইফালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাক প্ৰদান কৰা হৈছে তুৰা সমষ্টিৰ প্ৰাৰ্থিত্ব।
  • শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক।
  • এই বৈঠকতে প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰসংগত লোৱা হয় সিদ্ধান্ত।
  • বৈঠকৰ অন্তত এই কথা অৱগত কৰিলে ড০ মুকুল চাংমাই।
  • উল্লেখ্য যে, শ্বিলঙত প্ৰাৰ্থিত্ব প্ৰদান কৰা ভিনচেণ্ট পালা বৰ্তমান শ্বিলং সমষ্টিৰে সাংসদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি