দিল্লীত কংগ্ৰেছৰ ‘ভাৰত বচাও’ সমাবেশঃ ভাষণত কি ক’লে প্ৰিয়ংকা গান্ধীয়ে…

দিল্লীত কংগ্ৰেছৰ ‘ভাৰত বচাও’ সমাবেশঃ ভাষণত কি ক’লে প্ৰিয়ংকা গান্ধীয়ে…
  • দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ 'ভাৰত বচাও' সমাবেশ।
  • সমাবেশত উপস্থিত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে সমাবেশত।
  • সমাবেশত ভাষণ প্ৰদান প্ৰিয়ংকা গান্দী বাদ্ৰাৰ।
  • 'প্ৰতিটো বাছ ষ্টপ আৰু প্ৰতিখন কাগজতে দেখা যায় মোডী 'হ্যে তোহ মুমকিন হ্যে' শ্ল'গান।
  • 'কিন্তু বাস্তৱ সত্যটো হৈছে বিজেপি আছে বাবেই পিয়াজৰ ১০০ টকা প্ৰতিকিলো সম্ভৱ হৈছে।'
  • 'বিজেপি আছে বাবেই যোৱা ৪৫ বৰ্ষত সৰ্বাধিক সংস্থাপনহীনতা বৃদ্ধি সম্ভৱ হৈছে।'
  • 'বিজেপি আছে বাবেই ৪ কোটি সংস্থাপন আজি নোহোৱা হোৱাটো সম্ভৱ হৈছে।'
  • 'মই এই দেশৰ সকলো নাগৰিকক তেওঁলোকৰ কণ্ঠ উত্থাপন কৰিবলৈ আহ্বান জনাইছো।'
  • 'কিয়নো আপোনালোক সকলোৱে এই দেশক ভাল পায়।'
  • 'যদি আজি আপোনালোকে বিৰোধিতা নকৰে, তেন্তে ভয়ৰ অন্ধকাৰ পৃথিৱীত সোমাই পৰিব।'
  • 'মিছা আস্থাৰ মাজতে আবদ্ধ হৈ পৰিব আপোনালোক।'
  • 'আৰু আমাৰ সংবিধান এদিন ধ্বংস হৈ যাব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in