ড০ প্ৰণৱ মুখাৰ্জীৰ জীয়াৰী আৰু মীৰা কুমাৰৰ পুত্ৰক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি…

ড০ প্ৰণৱ মুখাৰ্জীৰ জীয়াৰী আৰু  মীৰা কুমাৰৰ পুত্ৰক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি…
  • দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ প্ৰণৱ মুখাৰ্জীৰ জীয়াৰী শমিষ্ঠা মুখাৰ্জীক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি।
  • ইয়াৰ লগতে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰৰ পুত্ৰক অঙ্গুশ কুমাৰকো নিযুক্তি দিয়া হৈছে কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে।
  • কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজৱালাই এক বিবৃত্তিৰ জৰিয়তে কৰিলে এই ঘোষণা।
  • কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে দিলে দুয়োকে নিযুক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in