নগাঁও, চাপৰমুখত কংগ্ৰেছ-বিজেপি-অগপ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজ

  • নগাঁও সদৰ সমষ্টিৰ বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তৰ সভাপতি পদ বিজেপিৰ দখলত।
  • একেদৰে আঞ্চলিক সদস্য পদতো জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
  • ৮ টা ৱাৰ্ড সদস্য বিজেপিৰ দখলত।
  • জুৰীয়া জিলা পৰিষদৰ জুৰীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ ফলাফল ঘোষণা।
  • কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈছে ৭টা ৱাৰ্ডত।
  • তাৰ বিপৰীতে অগপ প্ৰাৰ্থীয়ে লাভ কৰিছে ৩টাকৈ ৱাৰ্ড।
  • চাপৰমুখ জিলা পৰিষদৰ কমাৰ গাঁও পঞ্চায়তৰ ১, ২, ৩, ৪, ৫ আৰু১০ নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী।
  • তাৰ বিপৰীতে ৬, ৭, ৮ আৰু ৯ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জয়ী।
  • ৪ নং চাপৰমুখ জিলা পৰিষদৰ কমাৰ গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি দলৰ প্ৰাৰ্থী দীপজ্যোতি বৰদলৈ জয়ী।
  • জুৰীয়া জিলা পৰিষদৰ অন্তৰ্গত জুৰীয়া গাওঁ পঞ্চায়তত অগপ দলৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী মুস্তাৰা খাতুনৰ জয়লাভ।
  • ৰূপহীহাটৰ শিঙীয়া জিলা পৰিষদৰ মাহগুৰি গাওঁ পঞ্চায়তৰ সাত নং ৱাৰ্ড অগপৰ দখলত৷
  • বঢ়মপুৰৰ কন্দলী পঞ্চায়তৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ১০টা ৱাৰ্ডেই লাভ কৰিছে বিজেপিয়ে।
  • বঢ়মপুত বৰবাৰীত গাঁও পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক সদস্যা পদত বিজেপিৰ জয়ধ্বজা।
  • ৰূপহী জিলা পৰিষদৰ অন্তৰ্গত বৰঘাট গাঁও পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ ভিতৰত ৯টাতে কংগ্ৰেছ প্ৰাৰ্থী জয়ী।
  • অগপ প্ৰাৰ্থীয়ে লাভ কৰিছে ১টা ৱাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in