কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা…

কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা…
  • কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা।
  • তিতাবৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভাস্কৰজ্যোতি বৰুৱাক।
  • নাওবৈচনাত ভৰত চন্দ্ৰ নৰহক দিয়া হৈছে প্ৰাৰ্থিত্ব।
  • ঢকুৱাখানা (এছটি)ত পদ্ম লোচন দ'লেক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in