লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ সপ্তমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • কংগ্ৰেছ দলে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা সপ্তমখন তালিকা।
  • এই তালিকাত নাম আছে ৭৫গৰাকী প্ৰাৰ্থীৰ।
  • দলটোৰ জ্যেষ্ঠ নেত্ৰী ৰেণুকা চৌধুৰীয়ে তেলেংগানাৰ খামাম সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
  • ইমৰান প্ৰতাপ গড়ীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব উত্তৰপ্ৰদেশৰ ম'ৰাবাদৰ পৰা।
  • পূৰ্বতে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰাজ বাব্বৰে।
  • ৰাজ বাব্বৰে এইবাৰ উত্তৰ-প্ৰদেশৰ ফাটেহপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
  • এই তালিকাত অৱশ্যে নাম নাই গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in