অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ, সাধাৰণ সম্পাদক মুকুল শৰ্মা আৰু নাই…

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ,  সাধাৰণ সম্পাদক মুকুল শৰ্মা আৰু নাই…
  • অকালতে মৃত্যু হল কংগ্ৰেছৰ এজন নেতা।
  • চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মুকুল শৰ্মা।
  • ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত আছিল শৰ্মা।
  • যকৃতজনিত ৰোগত আক্ৰান্ত আছিল তেও।
  • তেও আছিল এজন সুবক্তা।
  • ছাত্ৰৱস্থাৰ পৰাই তৰ্কত যথেষ্ট সুনাম অৰ্জন কৰিছিল শৰ্মাই।
  • কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল তেও।
  • কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিবাহ কৰি আছিল তেও।
  • হেলথ চিটি হস্পিতালত চিকিৎসাধীন আছিল শৰ্মা।
  • সোমবাৰে দিনৰ ১১.১০ বজাত মৃত্যু হয় শৰ্মাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in