লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অথন্তৰ…

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অথন্তৰ…
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক অথন্তৰ।
  • ওড়িশাৰ কংগ্ৰেছ বিধায়কে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
  • কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।
  • চালেপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায় প্ৰকাশ চন্দ্ৰ বেহেৰা।
  • দলীয় কাম-কাজৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগৰ সিদ্ধান্ত বিধায়কজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in