ইমান স্পৰ্ধা! সুধাকণ্ঠক ‘ভাৰত ৰত্ন’ দিয়াক লৈ কংগ্ৰেছ নেতাৰ প্ৰশ্ন

ইমান স্পৰ্ধা! সুধাকণ্ঠক ‘ভাৰত ৰত্ন’ দিয়াক লৈ কংগ্ৰেছ নেতাৰ প্ৰশ্ন
  • সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক 'ভাৰত ৰত্ন' প্ৰদানত আপত্তি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ।
  • 'ভাৰত ৰত্ন' প্ৰদানক লৈ আক্ষেপ প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ মল্লিকাৰ্জুন খাৰ্গেয়ে।
  • আএছএছৰ আদৰ্শত বিশ্বাসী এগৰাকী গায়কক ভাৰত ৰত্ন প্ৰদান কৰা বুলি মন্তব্য নেতাজনৰ।
  • ইফালে কৰ্ণাটকৰ ধৰ্মগুৰু শিৱ কুমাৰক 'ভাৰত ৰত্ন' প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে নেতাজনে।
  • 'শিৱ কুমাৰে অনাথ লৰা-ছোৱালীৰ হৈ কাম কৰিছিল।'
  • 'অনাথ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ আগভাগ লৈছিল।'
  • এই মন্তব্য মল্লিকাৰ্জুন খাৰ্গেৰ।
  • ইফালে তেওঁৰ মন্তব্যক কেন্দ্ৰ কৰি অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in