মুম্বাই নৰ্থত বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত হতাহতি, VIDEO

মুম্বাই নৰ্থত বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত হতাহতি, VIDEO
  • মুম্বাই নৰ্থত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত হতাহতি।
  • কংগ্ৰেছৰ প্ৰাৰ্থী তথা অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে প্ৰচাৰ চলাবলৈ গৈছিল সেই স্থানত।
  • বিজেপিৰ সমৰ্থকে দিছিল মোডী জিন্দাবাদ ধ্বনী।
  • ইয়াকে লৈ দুই দলৰ সমৰ্থকৰ মাজত সংঘাত।
  • কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in