APSCয়ে অনুষ্ঠিত কৰা পৰীক্ষাত বেমেজালি,ছ’চিয়েল ৱৰ্কৰ প্রশ্নকাকতত আহিল ছ’চিঅ’লজীৰ প্রশ্ন…

APSCয়ে অনুষ্ঠিত কৰা পৰীক্ষাত বেমেজালি,ছ’চিয়েল ৱৰ্কৰ প্রশ্নকাকতত আহিল ছ’চিঅ’লজীৰ প্রশ্ন…
  • অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অথন্তৰ ।
  • অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা CDPO পৰীক্ষাত হ'ল বেমেজালি ।
  • 'ছ'চিয়েল ৱৰ্ক'ৰ প্রশ্নকাকতত আহিল 'ছ'চিঅ'লজী'ৰ প্রশ্ন ।
  • প্ৰশ্ন ভুল হোৱা বাবে পৰীক্ষা দিবলৈ অহা হাজাৰ হাজাৰ ছাত্র-ছাত্রীৰ হাহাকাৰ ।
  • গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ পৰীক্ষা কেন্দ্রত উত্তপ্ত পৰিস্থিতি
  • আজিৰ অৰ্থাৎ পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা পাতিবলৈ আহ্বান পৰীক্ষাৰ্থীৰ ।
  • অসম লোকসেৱা আয়োগৰ সংস্কাৰ নহ'ল বুলি ব্যক্তব্য ক্ষুব্ধ প্রাৰ্থীৰ ।
  • ছ'চিয়েল ৱৰ্ক আৰু ছ'চিঅ'লজীৰ পাৰ্থক্যই নাজানে অসম লোকসেৱা আয়োগে এই মন্তব্য পৰীক্ষাৰ্থীৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in