শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

সমিতি গঠনেৰে কৃষক আন্দোলনৰ সমাধান নহয়, নতুন কৃষি আইন বাতিল কৰা উচিত – আপ…

180

ডিজিটেল ডেস্ক : মঙলবাৰে তিনি নতুন কৃষি আইন বাতিলৰ বাবে দাবী জনাই পঞ্জাৱ আম আদমী পাৰ্টীয়ে । দলটোৱে কয় যে উচ্চতম ন্যায়ালে সমিতি গঠন কৰাটোস্থায়ী সমাধান নহয় । এই বিষয় স্থায়ী সমাধান হৈছে এই তিনি কৃষি আইন বাতিল কৰা ।

এক বিবৃতিতিত দলটোৱে কয় যে উচ্চতম ন্যায়ালৰ দ্বাৰা গঠিত সমিতিত থকা বেছিভাগ সদস্যই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ।আম আদমি পাৰ্টী পঞ্জাৱৰ মুৰব্বী ভগৱন্ত মানে কয় যে সমিতি খন সন্দৰ্ভত আমাৰ সন্দেহ আছে যে সমিতি খনে কৃষকৰ সমস্যা সমূহ বুজিব পাৰিব লগতে কৃষকৰ সমস্যা সমূহ সমাধান কৰিব পাৰিব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি