সমিতি গঠনেৰে কৃষক আন্দোলনৰ সমাধান নহয়, নতুন কৃষি আইন বাতিল কৰা উচিত – আপ…

সমিতি গঠনেৰে কৃষক আন্দোলনৰ সমাধান নহয়, নতুন কৃষি আইন বাতিল কৰা উচিত – আপ…

ডিজিটেল ডেস্ক : মঙলবাৰে তিনি নতুন কৃষি আইন বাতিলৰ বাবে দাবী জনাই পঞ্জাৱ আম আদমী পাৰ্টীয়ে । দলটোৱে কয় যে উচ্চতম ন্যায়ালে সমিতি গঠন কৰাটোস্থায়ী সমাধান নহয় । এই বিষয় স্থায়ী সমাধান হৈছে এই তিনি কৃষি আইন বাতিল কৰা ।

এক বিবৃতিতিত দলটোৱে কয় যে উচ্চতম ন্যায়ালৰ দ্বাৰা গঠিত সমিতিত থকা বেছিভাগ সদস্যই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ।আম আদমি পাৰ্টী পঞ্জাৱৰ মুৰব্বী ভগৱন্ত মানে কয় যে সমিতি খন সন্দৰ্ভত আমাৰ সন্দেহ আছে যে সমিতি খনে কৃষকৰ সমস্যা সমূহ বুজিব পাৰিব লগতে কৃষকৰ সমস্যা সমূহ সমাধান কৰিব পাৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in