ভাৰতী সিঙৰ পাছত স্বামী হৰ্ষ লিম্বাচিয়াকো গ্ৰেপ্তাৰ…

ভাৰতী সিঙৰ পাছত স্বামী হৰ্ষ লিম্বাচিয়াকো গ্ৰেপ্তাৰ…
  • জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ।
  • এনচিবিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে লিম্বাচিয়াক।
  • ইয়াৰ পূৰ্বে ভাৰতীয় সিঙক গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে।
  • এনচিবিয়ে ভাৰতীয় সিঙৰ কাৰ্যালয় আৰু ঘৰত চলাইছিল অভিযান।
  • অভিযান চলাই এনচিবিয়ে লাভ কৰে ৮৬.৫ গ্ৰাম গাঞ্জা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in