শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ভাৰতী সিঙৰ পাছত স্বামী হৰ্ষ লিম্বাচিয়াকো গ্ৰেপ্তাৰ…

1,427
  • জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ।
  • এনচিবিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে লিম্বাচিয়াক।
  • ইয়াৰ পূৰ্বে ভাৰতীয় সিঙক গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে।
  • এনচিবিয়ে ভাৰতীয় সিঙৰ কাৰ্যালয় আৰু ঘৰত চলাইছিল অভিযান।
  • অভিযান চলাই এনচিবিয়ে লাভ কৰে ৮৬.৫ গ্ৰাম গাঞ্জা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি