জিএনআৰচিত মৃত্যু কৰ্ণেল মহানন্দ মেধিৰ…

জিএনআৰচিত মৃত্যু কৰ্ণেল মহানন্দ মেধিৰ…
  • বৃহস্পতিবাৰে দিছপুৰৰ জিএনআৰচি হাস্পতালত মৃত্যু হয় কৰ্ণেল মহানন্দ মেধিৰ।
  • ১৯৪৩চনৰ ৭ ছেপ্টেম্বৰত নগৰবেৰাত জন্ম হৈছিল তেওঁৰ।
  • এম বি বি এছ ডিগ্ৰী গ্ৰহণৰ পাছত ভাৰতীয় সেনাত চিকিৎসক ৰূপে যোগ দিছিল।
  • উমানতো তেওঁ ভাৰতীয় সেনাৰ মিছনৰ অংশ লৈছিল।
  • ৩০ বছৰ ধৰি উমানত তেওঁ কৰ্মৰত আছিল।
  • উমানৰ ছুলটানৰ তেওঁ উপদেষ্টা ৰূপেও কাম কৰিছিল।
  • বহু সামাজিক কাম কাজৰ সৈতে জড়িত আছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in