কামপুৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি

কামপুৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি

ডিজিটেল সংবাদ, কামপুৰঃ ৰাজ্যৰ মহাবিদ্যালয় সমূহত বিভিন্ন বাৰেৰহণীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাবিদ্যালয় সপ্তাহৰ সমান্তৰালকৈ দক্ষিণ নগাঁৱৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়তো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ শনিবাৰে সফল পৰিসমাপ্তি ঘটে।

বিশেষকৈ তৃতীয় তথা অন্তিম দিনা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰে এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ল কামপুৰ মহাবিদ্যালয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in