শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

কামপুৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি

69

ডিজিটেল সংবাদ, কামপুৰঃ ৰাজ্যৰ মহাবিদ্যালয় সমূহত বিভিন্ন বাৰেৰহণীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাবিদ্যালয় সপ্তাহৰ সমান্তৰালকৈ দক্ষিণ নগাঁৱৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়তো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ শনিবাৰে সফল পৰিসমাপ্তি ঘটে।

বিশেষকৈ তৃতীয় তথা অন্তিম দিনা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰে এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ল কামপুৰ মহাবিদ্যালয়ক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি