শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

২৩হাজাৰ যুৱক-যুৱতীৰ হাতত আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ…

ডিজিটেল ডেস্কঃ খানাপাৰাৰ পশু  চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিব বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ। পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠান।

গৃহ বিভাগতঃ ৮,৮৬৭টা, প্ৰাথমিক শিক্ষাঃ ৭,৪২২টা, মাধ্যমিক শিক্ষাঃ ৩,৫১৭টা, উচ্চ শিক্ষাঃ ১২৪টা, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০টা, জলসম্পদঃ ১০৫টা, সমাজ কল্যানঃ ৬৯টা, স্বাস্থ্যঃ ২,৪১৯টা,

কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ  ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যানঃ ১৭টা পদৰ বাবে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হব।