শনিবাৰে হোজাইলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাগ ল’ব আগৰ ব্যৱসায়ী সন্থাৰ সম্বৰ্ধনা অনুষ্ঠানত

ফাইল ফটো
ফাইল ফটো
  • শনিবাৰে হোজাইত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • বিয়লি ১ বজাত বিহুতলী খেলপথাৰত অৱতৰণ কৰিব মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ।
  • সদৌ অসম আগৰ ব্যৱসায়ী সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ লবলৈ উপস্থিত হ'ব মুখ্যমন্ত্ৰী।
  • মুখ্যমন্ত্ৰীৰ উপৰি কেইবাজনো মন্ত্ৰী বিধায়কেও অংশ ল'ব এই অনুষ্ঠানত।
  • হোজাইৰ ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ'ব এই সম্বৰ্ধনা সভা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in