বেলতলাৰ অগ্নিকাণ্ডত নিহত ২ শিশুৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বেলতলাৰ অগ্নিকাণ্ডত নিহত ২ শিশুৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
  • বেলতলাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দুটি শিশুৰ পৰিয়ালৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • পৰিয়ালৰ কাষত উপস্থিত হৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • ৱায়াৰলেছৰ বশিষ্ঠপুৰ ১ নং উপ-পথত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত নিহত হৈছিল ২ টা শিশু।
  • শিশু দুটিৰ নাম ক্ৰমে ঈশান গোস্বামী আৰু ইবন গোস্বামী।
  • উল্লেখ্য যে, শুকুৰবাৰে নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন হয় শিশু দুটিৰ।
  • মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে শুকুৰবাৰে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in