এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কি আহ্বান…

ফাইল ফটো
ফাইল ফটো
  • 'অহা ৩১ আগষ্ট তাৰিখে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।'
  • পূৰ্বৰ দৰেই এন আৰ চি খচৰা প্ৰকাশৰ সময়ত শান্তি শৃংখলা বজাই ৰখাৰ দৰে এইবাৰো শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
  • এন আৰ চিক লৈ কোনো শংকিত নোহোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
  • এইবাৰো মুখ্যমন্ত্ৰীৰ দৃঢ় বিশ্বাস বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত অসমৰ শান্তি সম্প্ৰীতি, ভাতৃত্ববোধ অটুট ৰাখিব।
  • 'গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা এন আৰ চিত নাম নথকা সন্দৰ্ভতো তেওঁলোকৰ স্থিতি সুস্পষ্ট কৰি দিয়া হৈছে।'
  • 'কোনেও শংকিত হ'ব নালাগে।'
  • "ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে শান্তিপূৰ্ণ ভাৱে এন আৰ চি প্ৰকাশ কৰাত সহযোগিতা আগবঢ়াব।'
  • 'উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা প্ৰেৰণ কৰিছে, তাক সন্মান জনাই চৰকাৰে সহযোগিতা আগবঢ়াব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in