ৰাজ্যবাসীক কোভিড প্ৰট’কল মানি বিহু পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ৰাজ্যবাসীক কোভিড প্ৰট’কল মানি বিহু পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিজিটেল ডেস্ক : অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভকামনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰতিগৰাকী অসম বাসীলৈ ৰঙালী বিহুৱে আনন্দৰ উপহাৰ কঢ়িয়াই আনাৰ আশা কৰে লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

স্বাস্থ্য বিভাগে দিয়া সকলো কোভিড প্ৰট'কল চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । সামাজিক দুৰত্ব,মাস্ক পৰিধান আদি সকলো মনানি চলাৰ আহ্বান অসমবাসীক । সমাজখনৰ সাতমপুৰুষীয়া মূল্যবোধৰ পৰম্পৰা সদায় জীয়াই ৰখাৰ বাবে প্ৰতিগৰাকী অসমীয়াক প্ৰচেষ্টা হাতত ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in