শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্যবাসীক কোভিড প্ৰট’কল মানি বিহু পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

310

ডিজিটেল ডেস্ক : অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভকামনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰতিগৰাকী অসম বাসীলৈ ৰঙালী বিহুৱে আনন্দৰ উপহাৰ কঢ়িয়াই আনাৰ আশা কৰে লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

স্বাস্থ্য বিভাগে দিয়া সকলো কোভিড প্ৰট’কল চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । সামাজিক দুৰত্ব,মাস্ক পৰিধান আদি সকলো মনানি চলাৰ আহ্বান অসমবাসীক । সমাজখনৰ সাতমপুৰুষীয়া মূল্যবোধৰ পৰম্পৰা সদায় জীয়াই ৰখাৰ বাবে প্ৰতিগৰাকী অসমীয়াক প্ৰচেষ্টা হাতত ল’বলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি