অবৈধ ভূমি বেদখল চিনাক্তকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ….

অবৈধ ভূমি বেদখল চিনাক্তকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ….

ডিজিটেল ডেস্কঃ ৰাজ্যখনৰ চৰকাৰী ভূমিত হোৱা অবৈধ বেদখল চিনাক্তকৰণৰ বাবে এক বিস্তৃত জৰীপ কৰিবলৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ।

অগ্ৰাধিকাৰ ভিত্তিত এই জৰীপকাৰ্য সম্পন্ন কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ ৩৩খন জিলাৰ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

দেওবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in