যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
  • যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱা লোকসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে।
  • বিষাক্ত সুৰা বিক্ৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ।
  • এতিয়ালৈকে ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰিছে বিষাক্ত সুৰাই।
  • বিষাক্ত সুৰা পান কৰি মৃত্যু ঘটিছে ১০০ৰো অধিক লোক।
  • বিষক্ৰিয়াত আক্ৰান্ত লোকৰ পৰিয়ালৰ বুজ ল'বলৈ বৰহোলাত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী।
  • কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও বিষক্ৰিয়াত আক্ৰান্ত লোকৰ পৰিয়ালৰ বুজ লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in