মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰহস্যজনকভাৱে ৬ গুলীৰ আঘাতত জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰহস্যজনকভাৱে ৬ গুলীৰ আঘাতত জোৱানৰ মৃত্যু
  • মুখ্যমন্ত্ৰীৰ বাসভৱনৰ আৰক্ষীৰ বেৰেকত অঘটন।
  • এ কে ৪৭ৰ ৬টা গুলিৰ আঘাতত এজন জোৱানৰ মৃত্যু।
  • আত্মহত্যাৰ সন্দেহ কৰা হৈছে যদিও, নিৰাপত্তাৰক্ষীজনৰ মৃত্যুক লৈ ৰহস্য।
  • মৃত জোৱানজনৰ নাম শুক্লেশ্বৰ কাঠাৰ।
  • এম এম চি এইচত জোৱান জনক মৃত ঘোষণা চিকিৎসকৰ।
  • সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in