মুখ্যমন্ত্ৰীৰ ঘোষণাঃ শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ আন্তজিলা যাতায়াত…

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ  শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ আন্তজিলা যাতায়াত…
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
  • অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তজিলা যাতায়াত।
  • এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • লগতে পূৰ্বতকৈ কিছু ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।
  • উল্লেখ্য যে, বুধবাৰৰ কেবিনেটৰ পিছতে ৰাজ্যত কোৰোনাকেন্দ্ৰিক নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in