শেহতীয়া খবৰ
খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...

মহাৰাষ্ট্ৰত বানৰ সংহাৰ, মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলৰ এমাহৰ দৰমহা সাহায্য হিচাপে প্ৰদান

123
  • মহাৰাষ্ট্ৰৰ বানাক্ৰান্তসকললৈ এমাহৰ দৰমহা সাহায্য হিচাপে প্ৰদান মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছৰ।
  • তেওঁৰ মন্ত্ৰীসভাৰ অন্য মন্ত্ৰীসকলৰো বান পীড়িতলৈ এমাহৰ দৰমহা আগবঢ়োৱাৰ ঘোষণা।
  • মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে আগবঢ়োৱা হ’ব এই সাহায্য।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
  • বানৰ কবলত পৰি মৃত্যু হৈছে কেইবাজনৰো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি