গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক’লা পতাকা প্ৰদৰ্শন, VIDEO

গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক’লা পতাকা প্ৰদৰ্শন, VIDEO
  • ক'লা পতাকাৰ আতংকই খেদিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।
  • এইবাৰ শ্বহীদ ন্যাসৰ সন্মুখত আছুৱে দেখুৱালে মুখ্যমন্ত্ৰীক ক'লা পতাকা।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদলৰ বাবে শতাধিক আছু সদস্য সমবেত হৈছিল।
  • সেইসময়তে ৰাজপথেৰে আহিছিল মুখ্যমন্ত্ৰীৰ কনভয়।
  • আছুৰ সদস্যসকলে ক'লা পতাকা দেখুৱাই মুখ্যমন্ত্ৰী গ' বেক ধ্বনি দিয়ে।
  • বিধেয়কখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।
  • ইফালে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in