শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক’লা পতাকা প্ৰদৰ্শন, VIDEO

511
  • ক’লা পতাকাৰ আতংকই খেদিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।
  • এইবাৰ শ্বহীদ ন্যাসৰ সন্মুখত আছুৱে দেখুৱালে মুখ্যমন্ত্ৰীক ক’লা পতাকা।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদলৰ বাবে শতাধিক আছু সদস্য সমবেত হৈছিল।
  • সেইসময়তে ৰাজপথেৰে আহিছিল মুখ্যমন্ত্ৰীৰ কনভয়।
  • আছুৰ সদস্যসকলে ক’লা পতাকা দেখুৱাই মুখ্যমন্ত্ৰী গ’ বেক ধ্বনি দিয়ে।
  • বিধেয়কখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।
  • ইফালে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি