আজিৰে পৰা প্ৰায় ৩ মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং…

আজিৰে পৰা প্ৰায় ৩ মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং…
  • আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।
  • মেৰামতিৰ বাবে আজি পুৱাৰে পৰা বন্ধ কৰি দিয়া হৈছে যান–বাহনৰ চলাচল।
  • আজি দলংখনত চলিব পৰীক্ষা–নিৰীক্ষা।
  • ৩ মাহৰ ভিতৰত দলংখনৰ মেৰামতি সম্পূৰ্ণ কৰাৰ লক্ষ্য।
  • পুৰণি দলংখনৰ কেইবাঠাইতো ফাট মেলাত লোৰ প্লেটেৰে ঢাকি অব্যাহত ৰখা হৈছিল যাতায়াত।
  • মেৰামতিৰ সময়ছোৱাত নতুন দলঙেৰে অব্যাহত থাকিব যাতায়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in