শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

আজিৰে পৰা প্ৰায় ৩ মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং…

1,056
  • আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।
  • মেৰামতিৰ বাবে আজি পুৱাৰে পৰা বন্ধ কৰি দিয়া হৈছে যান–বাহনৰ চলাচল।
  • আজি দলংখনত চলিব পৰীক্ষা–নিৰীক্ষা।
  • ৩ মাহৰ ভিতৰত দলংখনৰ মেৰামতি সম্পূৰ্ণ কৰাৰ লক্ষ্য।
  • পুৰণি দলংখনৰ কেইবাঠাইতো ফাট মেলাত লোৰ প্লেটেৰে ঢাকি অব্যাহত ৰখা হৈছিল যাতায়াত।
  • মেৰামতিৰ সময়ছোৱাত নতুন দলঙেৰে অব্যাহত থাকিব যাতায়াত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি