ৰাজ্যসভাৰ নিলম্বিত ৮ গৰাকী সাংসদে শেষ কৰিলে প্ৰতিবাদী কাৰ্যসূচী….

ৰাজ্যসভাৰ নিলম্বিত ৮ গৰাকী সাংসদে শেষ কৰিলে প্ৰতিবাদী কাৰ্যসূচী….
  • ৰাজ্যসভাৰ নিলম্বিত ৮ গৰাকী সাংসদে শেষ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।
  • সোমবাৰে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা ৮ গৰাকী সাংসদক ।
  • গোটেই নিশা সদনৰ পৰিসীমাত থকা গান্ধী প্ৰতিমাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছিল সংসদ কেইজনে ।
  • ৰবিবাৰে ৰাজ্যসভাৰ সদনত অধ্যক্ষক বেয়া ব্যৱহাৰ কৰাৰ বাবে নিলম্বন কৰিছিল সাংসদ কেইগৰাকীক।
  • কৃষি বিষয়ক বিধেয়কক লৈ ৰবিবাৰে উত্তাল হৈছিল ৰাজ্যসভা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in