৬নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন আছে দিছপুৰতেই…

৬নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন আছে দিছপুৰতেই…

ডিজিটেল ডেস্ক : দিছপুৰতেই আছে ৬ নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন ।অসম চৰকাৰে এতিয়ালৈ ৬ নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন দিয়া নাই কেন্দ্ৰীয় চৰকাৰক।বুধবাৰে লিখিত প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় চৰকাৰে জনালে বৰ্তমানলৈ গৃহ মন্ত্ৰনালয়ত জমা দিয়া নাই এই প্ৰতিবেদন খন।

অসম চৰকাৰে এই প্ৰতিবেদন খন নিৰীক্ষন কৰি আছে।সংসদত এই কথা জনালে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে । সাংসদ চম্ভাজী চত্ৰপতিৰ প্ৰশ্নৰ উত্তৰত লিখিত ভাবে এই কথা জনালে মন্ত্ৰী গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in