শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

৬নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন আছে দিছপুৰতেই…

200

ডিজিটেল ডেস্ক : দিছপুৰতেই আছে ৬ নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন ।অসম চৰকাৰে এতিয়ালৈ ৬ নং দফা ৰূপায়ন কমিটিৰ প্ৰতিবেদন দিয়া নাই কেন্দ্ৰীয় চৰকাৰক।বুধবাৰে লিখিত প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় চৰকাৰে জনালে বৰ্তমানলৈ গৃহ মন্ত্ৰনালয়ত জমা দিয়া নাই এই প্ৰতিবেদন খন।

অসম চৰকাৰে এই প্ৰতিবেদন খন নিৰীক্ষন কৰি আছে।সংসদত এই কথা জনালে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে । সাংসদ চম্ভাজী চত্ৰপতিৰ প্ৰশ্নৰ উত্তৰত লিখিত ভাবে এই কথা জনালে মন্ত্ৰী গৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি