মাস্কক লৈ দুই ফৈদৰ সংঘাত

মাস্কক লৈ দুই ফৈদৰ সংঘাত
  • গোলকগঞ্জৰ ২০০৮ নং দীঘলটাৰী হাইমাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰত সংঘাত।
  • মাস্কক লৈ দুই ফৈদৰ মাজত সংঘাত।
  • অপপ্ৰচাৰক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল সংঘাত।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা নিৰাপত্তাৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in