শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO

22

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰাঞ্চীত উত্তপ্ত পৰিস্থিতি। এছিছটেন্ট পুলিচ পাৰ্ছনেল আৰু আৰক্ষীৰ মাজত সংঘটিত হয় সংঘৰ্ষ। প্ৰতিবাদ সাব্যস্ত কৰা সহকাৰী আৰক্ষীৰ কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

তাৰপাছত প্ৰতিবাদকাৰীসকলক বাধা দিয়াত আৰক্ষী আৰু তেওঁলোকৰ মাজত সংঘটিত হয় সংঘৰ্ষৰ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰাৰ লগতে কন্দোৱা গেছ নিক্ষেপ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি