অযোধ্যা গোচৰৰ ৰায়দানৰ পাছতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা বৃদ্ধি…

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা বৃদ্ধি…
  • সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা জেদ প্লাছলৈ উন্নীত কৰা হ'ল।
  • অযোধ্যা গোচৰৰ ৰায়দান প্ৰদানৰ পাছতেই বৃদ্ধি কৰা হয় মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা।
  • লগতে সাংবিধানিক বিচাৰপীঠৰ ৫জনীয়া সদস্যৰ আন ন্যায়াধীশ কেইগৰাকীৰো নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
  • পূৰ্বতে জেদ কেটেগ'ৰিৰ নিৰাপত্তা ব্যৱস্থা আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in