শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা বৃদ্ধি…

2,793
  • সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা জেদ প্লাছলৈ উন্নীত কৰা হ’ল।
  • অযোধ্যা গোচৰৰ ৰায়দান প্ৰদানৰ পাছতেই বৃদ্ধি কৰা হয় মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা।
  • লগতে সাংবিধানিক বিচাৰপীঠৰ ৫জনীয়া সদস্যৰ আন ন্যায়াধীশ কেইগৰাকীৰো নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
  • পূৰ্বতে জেদ কেটেগ’ৰিৰ নিৰাপত্তা ব্যৱস্থা আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি