মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ‘সেইটো’ বুলি সম্বোধন কৰা বিষয়াক নিলম্বন

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ‘সেইটো’ বুলি সম্বোধন কৰা বিষয়াক নিলম্বন
  • কামৰূপ মেট্ৰ'ৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলম্বন।
  • গাৰ্ড অৱ অ'নাৰ দিয়া সময়ত মুখ্য ন্যায়াধীশগৰাকীৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল।
  • ১৬ অক্টোবৰত সংঘটিত হৈছিল এই ঘটনা।
  • ভাইৰেল হৈছিল সেই ভিডিঅ'।
  • গাৰ্ড অৱ অ'নাৰস্থলীলৈ মুখ্য ন্যায়াধীশৰ কনভয় আহি থকা সময়ত বিষয়া গৰাকীয়ে মন্তব্য কৰিছিল- 'সেইটো আহিছে' বুলি।
  • এই ঘটনাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in