মহানগৰীত চলন্ত ৰে’লত নৱজাতক উদ্ধাৰ

মহানগৰীত চলন্ত ৰে’লত নৱজাতক উদ্ধাৰ
  • বৃহস্পতিবাৰে মহানগৰীত উদ্ধাৰ এটি নৱজাতক।
  • এখন চলন্ত ৰে'লত উদ্ধাৰ হ'ল নৱজাতকটি।
  • উজনিমুৱা কেপিটেল এক্সপ্ৰেছত উদ্ধাৰ নৱজাতকটি।
  • শিশুটি উদ্ধাৰ হয় আৰপিএফৰ তালাচীত।
  • কোনো হৃদয়হীন মাতৃয়ে নৱজাতকটিক এনেদৰে এৰি যোৱাৰ সন্দেহ।
  • মালিগাঁও ৰে'লৱে চিকিৎসালয়ত চিকিত্‍সাধীন নৱজাতকটি।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in