শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

সাৱধান! গুৱাহাটীত বনগাহৰীৰ আক্ৰমণত আহত চাৰি…

454
  • গুৱাহাটী মহানগৰীত বন গাহৰীৰ সন্ত্ৰাস।
  • আমবাৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ সমীপত এই ঘটনা।
  • চাৰিজন লোক আহত হৈছে বনগাহৰীৰ আক্ৰমণত।
  • ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক।
  • সংকটজনক এজনক ভৰ্তি কৰোৱা হৈছে এম এম চিত।
  • আন এজন সংকটজনক ব্যক্তিক ভৰ্তি কৰোৱা হৈছে জি এম চি এইছত।
  • দুজন চিকিত্সাধীন হৈ আছে উইনটপত।
  • ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগৰ লোক।
  • এতিয়ালৈকে সন্ধান পোৱা নাই আক্ৰমণ কৰা বনগাহৰীৰ।
  • আক্ৰমনত আহত হোৱা সকল ক্ৰমে গুৱাহাটী প্ৰেছ ক্লাৱৰ চাফাই কৰ্মী ৰাজেন্দ্ৰ লহকৰ, টেক্সটাইলৰ কৰ্মচাৰী লক্ষী বড়ো, পুৰাতত্ব বিভাগৰ দুই কৰ্মচাৰী মকলেছ আলী আৰু কৰুনা বৰ্মন ।
  • শুকুৰবাৰেও বামুনিমৈদাম অঞ্চলত বনগাহৰী দেখা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি