শেহতীয়া খবৰ
হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী  •  ৰূপালী জয়ন্তীত খাদ্য গ্ৰহণৰ পাছতেই জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষার্থী চিকিৎসাধীন  •  মহাৰাষ্ট্ৰৰ ৰে’ল পথত উদ্ধাৰ ২টা বাঘৰ পোৱালীৰ মৃতদেহ  •  সোণাৰিত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ  •  হোজাইত গৰাকীবিহীন এল্ট’ উদ্ধাৰ  •  কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিবঃ শ্বাহিদ আফ্ৰিদীক প্ৰত্যুত্তৰ গৃহমন্ত্ৰীৰ, VIDEO  •  কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিবঃ শ্বাহিদ আফ্ৰিদীক প্ৰত্যুত্তৰ গৃহমন্ত্ৰীৰ, VIDEO  •  আজি আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক হাজিৰ কৰোৱা হ’ব আদালতত  •  ছয়গাঁৱত টিকট প্ৰদানৰ নামত বিধায়ক ৰেকিবুদ্দিনৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ  •  আং ছান ছ্যু-চিৰ সন্মান ঘূৰাই ল'লে এমনেষ্টিয়ে

মহানগৰীত বন্যহস্তীৰ তাণ্ডৱ

124
  • ক্ৰমাৎ গুৱাহাটী মহানগৰীত বাঢ়িছে হাতীৰ তাণ্ডৱ।
  • বন্যহস্তীৰ আক্ৰমণত এইবাৰ পাঞ্জাবাৰীৰ বাঘৰবড়িত আহত হ’ল ৪জনকৈ লোক।
  • তিনিটাকৈ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলালে উপদ্ৰৱ।
  • কেইবাটাও বাসগৃহ আৰু বাহন ক্ষতিসাধন কৰিলে হাতীয়ে।
  • হাতী কেইটা আমচাঙৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল।
  • হাবিলৈ যোৱাৰ পথ নাপায় এনেদৰে উপদ্ৰৱ চলালে অঞ্চলটোত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি