মহানগৰীত বন্যহস্তীৰ তাণ্ডৱ

মহানগৰীত বন্যহস্তীৰ তাণ্ডৱ
  • ক্ৰমাৎ গুৱাহাটী মহানগৰীত বাঢ়িছে হাতীৰ তাণ্ডৱ।
  • বন্যহস্তীৰ আক্ৰমণত এইবাৰ পাঞ্জাবাৰীৰ বাঘৰবড়িত আহত হ'ল ৪জনকৈ লোক।
  • তিনিটাকৈ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলালে উপদ্ৰৱ।
  • কেইবাটাও বাসগৃহ আৰু বাহন ক্ষতিসাধন কৰিলে হাতীয়ে।
  • হাতী কেইটা আমচাঙৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল।
  • হাবিলৈ যোৱাৰ পথ নাপায় এনেদৰে উপদ্ৰৱ চলালে অঞ্চলটোত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in