শেহতীয়া খবৰ
চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...  •  শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা,দুজনৰ মৃত্যু...

গুৱাহাটীৰ এপাৰ্টমেন্টত জিলা প্ৰশাসনৰ কোভিড টেষ্ট…

257
  • আজিৰে পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে ক’ৰোনা টেষ্ট।
  • ভেটাপৰাৰ উত্তৰায়ণ গ্রীণচৰ পৰা আৰম্ভ এই অভিযান।
  • ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব আৱাসীসকলৰ।
  • জিলা উপায়ুক্তৰ উপস্থিতিত আৰম্ভ কৰা হৈছে এই অভিযান।
  • কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে এই পদক্ষেপ।
  • ১৪১ টা ফ্লেটৰ প্ৰায় ৭০০ আৱাসীক কৰা হ’ব কোভিড টেষ্ট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি