গুৱাহাটীৰ এপাৰ্টমেন্টত জিলা প্ৰশাসনৰ কোভিড টেষ্ট…

গুৱাহাটীৰ এপাৰ্টমেন্টত জিলা প্ৰশাসনৰ কোভিড টেষ্ট…
  • আজিৰে পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টে এপাৰ্টমেণ্টে ক'ৰোনা টেষ্ট।
  • ভেটাপৰাৰ উত্তৰায়ণ গ্রীণচৰ পৰা আৰম্ভ এই অভিযান।
  • ৰেপিড এণ্টিজেন টেষ্ট কৰা হ'ব আৱাসীসকলৰ।
  • জিলা উপায়ুক্তৰ উপস্থিতিত আৰম্ভ কৰা হৈছে এই অভিযান।
  • কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে এই পদক্ষেপ।
  • ১৪১ টা ফ্লেটৰ প্ৰায় ৭০০ আৱাসীক কৰা হ'ব কোভিড টেষ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in