শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান

বৃহস্পতিবাৰৰ পৰা সলনি হ’ব চিটী বাছ চলাচলৰ পথ…

672
  • বৃহস্পতিবাৰৰ পৰা সলনি হ’ব মহানগৰীৰ চিটী বাছ চলাচলৰ পথ।
  • গণেশগুৰিত নতুন উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি থকা বাবে সলনি কৰা হ’ব চিটী বাছ চলাচলৰ পথ।
  • পাঞ্জাবাৰীৰ পৰা গণেশগুৰিলৈ নচলে চিটী বাছ।
  • তাৰ বিপৰীতে ছয়মাইল-সাতগাঁও-নাৰেংগী-নুনমাটি-চানমাৰি হৈ আদাবাৰীলৈ যাব বাছসমূহ।
  • আৰু একেটা পথেৰেই উভতি আহিব লাগিব চিটীবাছসমূহ।
  • কামৰূপ জিলা পৰিবহন বিভাগ আৰু জিলা উপায়ুক্তই দিছে এই নিৰ্দেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি