বৃহস্পতিবাৰৰ পৰা সলনি হ’ব চিটী বাছ চলাচলৰ পথ…

  • বৃহস্পতিবাৰৰ পৰা সলনি হ'ব মহানগৰীৰ চিটী বাছ চলাচলৰ পথ।
  • গণেশগুৰিত নতুন উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি থকা বাবে সলনি কৰা হ'ব চিটী বাছ চলাচলৰ পথ।
  • পাঞ্জাবাৰীৰ পৰা গণেশগুৰিলৈ নচলে চিটী বাছ।
  • তাৰ বিপৰীতে ছয়মাইল-সাতগাঁও-নাৰেংগী-নুনমাটি-চানমাৰি হৈ আদাবাৰীলৈ যাব বাছসমূহ।
  • আৰু একেটা পথেৰেই উভতি আহিব লাগিব চিটীবাছসমূহ।
  • কামৰূপ জিলা পৰিবহন বিভাগ আৰু জিলা উপায়ুক্তই দিছে এই নিৰ্দেশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in