শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

বাছ ভাড়াবৃদ্ধিৰ নতুন তাৰিখ নিৰ্ধাৰণ, মহানগৰীত ১০ অক্টোবৰৰ পৰা বাঢ়িব চিটী বাছৰ ভাড়া

  • বৃদ্ধি পাব চিটী বাছৰ ভাড়া।
  • ৯ অক্টোবৰৰ পাছত বৃদ্ধি পাব চিটী বাছৰ ভাড়া।
  • এই সিদ্ধান্ত ল’লে বাছ মালিক সন্থাই।
  • মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।
  • শীঘ্ৰে চৰকাৰৰ সৈতে আলোচনাত বহিব বাছ মালিক সন্থা।
  • বৈঠকৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত লোৱাৰ কথা জনালে সংগঠনটোৱে।
  • পূৰ্বে ৩ অক্টোবৰৰ পৰা ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছিল সংগঠনটোৱে।