অসম বন্ধঃ মহানগৰীত পুৱা ৫ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী

অসম বন্ধঃ মহানগৰীত পুৱা ৫ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী
  • গুৱাহাটী মহানগৰীতো প্ৰভাৱ পৰিছে বন্ধৰ।
  • মহানগৰীৰ ৰাজপথত যান-বাহন চলাচল সেৰেঙা।
  • ৰাজপথত সাধাৰণ লোকতকৈ আৰক্ষীৰ ভিৰ।
  • প্ৰতিটো ট্ৰেফিক পইণ্টতে নিৰাপত্তাৰক্ষী উপস্থিত।
  • পুৱা ৫ বজাৰ মহানগৰীৰ ৰাজপথত তহল দি আছে নিৰাপত্তাৰক্ষীয়ে।
  • কটকটীয়া নিৰাপত্তা বেষ্টনী গুৱাহাটীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in