ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক

ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক
  • মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা।
  • বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন দিবলৈ আহোতে এই ঘটনা।
  • এখন তীব্ৰবেগী ছুইফট ডিজায়াৰে মহতিয়াই নিয়ে কেবাজনো লোকক।
  • গুৰুতৰভাৱে আহত ৮জনকৈ লোক।
  • আহতসকলক জিএমচিএইছত ভৰ্তি।
  • ভৰলুত সংঘটিত হয় এই দুৰ্ঘটনা।
  • সন্ধান পোৱা হোৱা নাই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ।
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰক্ষীৰ অভিযান।
  • দুৰ্ঘটনাত আহতসকলৰ অধিকাংশই মহিলা, আছে এটি শিশু।
  • ডিভাইডাৰত বহি আছিল মূৰ্তি বিসৰ্জন দিবলৈ অহা বহু লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in