মহানগৰীৰ সাতমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

মহানগৰীৰ সাতমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা
  • মহানগৰীৰ সাতমাইলত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ বাইক আৰোহী।
  • দ্ৰুতবেগী মিনি ট্ৰাকে মহতিয়ালে বাইক আৰোহীক।
  • জানিব পৰা হোৱা নাই গুৰুতৰভাৱে আহত ২জনৰ পৰিচয়।
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় পৰি থাকে আহত লোক ২জন।
  • খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ'ল মৃত্যুঞ্জয় ১০৮।
  • পাছত স্থানীয় ৰাইজে দুয়োকে প্ৰেৰণ কৰে হাস্পতাললৈ।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক-হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in